হেমন্ত কুমাৰ ৰায়
ৰাজবংশী জনগোষ্ঠীৰ সমাজিক সম্প্ৰীতিৰে একনা অন্যতম ব্যবস্থা হইল পাইট-খাওয়া বা পাইট নেওয়া ব্যবস্থা। এই ব্যবস্থা মুলত কৃষিকৰ্মেৰ সাথতে জৰেয়া আছে আৰো ইয়াৰ সাথোত খাওয়া-দাওয়াৰ একনা বিশেষ আয়োজনো আছে। খাওয়া-দাওয়া অৱশ্যে কৰ্মেৰ বিনিময়ত আয়োজন কৰা হয়; এমনে এমনে বা কুনো অনুষ্ঠানৰ খাওয়া-দাওয়া ইটা নাহয়। পাইট দেওয়াৰ বাবদ সাধাৰণতে পেটভৰ্তি আমিষ খাওয়াৰ ব্যবস্থা কৰা হয়। হাস, চৰাই, শুওয়ৰ, কৈতৰ এগিলায় সাধাৰণতে পাইটেৰ খাওয়া।
পাইট শব্দেৰ ব্যুৎপত্তি কি বা ইয়াৰ আভিধানিক অৰ্থ কি--- এই সম্পক্কে তেমন কিছু জানা নাযায়। কিন্তু 'পাইট' যে ৰাজৱংশী সমাজেৰ একনা বহুল প্ৰচলিত শব্দ আৰ ইটাৰ যে উপযোগিতা অপৰিসীম সেইটা কাথা খাটাঙকৰি কবাৰ পাই। পাইটক আলদা আলদা জাগাত আলদা আলদা নামোত জানা যায়। যেমুন, জলপাইগুৰি/আলিপুৰদুয়াৰেৰ অত্তিকাৰ কাহো কাহো ইটাক "হাওয়ালি খাওয়া" বুলি কয়। আসামেৰ কোকৰাঝাৰ, চিৰাং অঞ্চলেৰ ৰাজবংশীলা পাইটক "সাউৰি"/"যাংখ্ৰা" বুলিয়া বুজে ইত্যাদি। কিন্তুক অঞ্চলভেদে ইটাৰ নামেৰ বদলি গেইলোও পাইটেৰ মূল উদ্দেশ্য আৰ ধাৰণাটা পৰায় একেই আছে।
পাইট হইল কজেৰ বিনিময়ত আয়োজন কৰা খাওয়া-দাওয়া। ৰাজবংশী মানষিলা বিশেষ কৰি গাৰ্হস্থ্য মনষিলা সাধাৰণতে পাইট বেসিকৰি নেয়। আৱশ্যে গৰিব মানষিও পাইট নেওয়া দেখা যায়। যখন কাজেৰ চাপত বা মানষিৰ অভাবত কুনো একনা দৰকাৰী কাজ সময়মতে শেষ কৰা নাযায়, তখন সেই বিশেষ কাজটা টককৰি শেষ কৰাৰ জৈন্যে গেৰামেৰ মানষিলাক ডেকেয়া অই কাজটা শেষ কৰি তাৰ বদলি যেটা খাওয়া-দাওয়াৰ আয়োজন কৰা হয় তাকে সাধাৰণতে পাইট বুলি কওয়া হয়। পাইট দিবাৰ আইসা মানষিলাৰ বেসিৰ ভাগেই যুবক আৰ মধ্যবয়সী মানষি থাকে। অৰ্থাৎ পাইট খাওয়াত সাধাৰণতে পুৰুষগুলাই যোগদান কৰে। ত্যাঙো কোনো বিশেষ সংসাৰী কাজত গেৰামেৰ বেটিছাওয়া বা চেঙৰীগুলাও মাজে মাজে পাইট খাওয়া দৃষ্টান্তও আছে।
পাইটত সাধাৰণতে ভাইল্লা মানষি যোগদান কৰে। কাজেৰ চাপ আৰ প্ৰয়োজনীয়তা দেখি পাইটত কতো মানষিৰ দৰকাৰ হইবে সেইটা গাৰ্হস্থ্য গুলাই সিদ্ধান্ত নেয়। খুব কম কৰি হইলেও 4/5 জন আৰ বেসি কৰি হইলে 20--30 জন পৰ্যন্ত পাইটত যোগদান কৰে। অবশ্যে এই হিসাবেৰ তেমন কোনো ভিত্তিও নাই। "অৱস্থা দেখি ব্যৱস্থা" এই নীতিকে এটি মানি চলা হয়।
পাইটেৰ বিনিময়ত সাধাৰণতে বৰ ধৰণেৰ খাওয়া দাওয়াৰ ব্যৱস্থা কৰা হয়। মসম পৰায় সৌগ পাইটতে থাকে। মাংসৰ ভিতিৰাত পাঠা, হাস, কৈতৰ এমুনকি শুওয়ৰেৰ ব্যবস্থাও কৰা হয়। কিন্তুক এলেকা আনুযায়ী খাদ্যৰ তাৰতম্য হওয়াও দেখা যায়। তথাপি হাস পশ্চিম অসম আৰ কোচবিহাৰেৰ অঞ্চলত বেসি কৰি পাইটত খাওয়ায়। কিন্তুক পাহাৰী অঞ্চলত শুওয়ৰ বেসি কৰি খাওয়া দেখা যায়। কিন্তুক আজিৰ ৰাজবংশীগুলা আগেৰ মতোকৰি সগায় শুওয়ৰ নাখায়। সেইজোন্যে দেখা যায় আজিকালি পাইটত সাধাৰণতে হাসেৰ মাংসই বেসি কৰি খাওয়াৰ ব্যবস্থা কৰা হয়।
দুখ্যেৰ কথা হৈল, এলা ৰাজবংশী সমাজ থাকি পাইট পৰায় হাৰে গেইছে। আজিৰ বিশ্বায়ান আৰ যন্ত্ৰেৰ যুগত কৃষিজীবী মানষিলাৰ জীবন আৰ কৰ্মও বিশ্বায়িত হৈছে। ৰামো নাই, অযোধ্যাও নাই। সগায় এলা মেসিন দিয়া সউগ ধৰণেৰ কৃষিকাজ কৰে আৰ সেইজৈন্যে পাইট ব্যবস্থাও দিনে দিনে ৰাজবংশী সমাজ থাকি হাৰে যাবাৰ নাইগছে। তাও কওয়া যায়, আজিও গেৰামে গেৰামে পাইটেৰ ব্যবস্থা ৰাজবংশী সমাজত বত্তি আছে। আগেৰ মতো কৰি বাড়ী বাড়ী পাইট নেওয়া না হইলেও ৰাজবংশী সমাজোত এলাও পাইট নেওয়া দেখা যায়। পাইট সম্পক্কে সঠিক গবেষণা আৰো ঘোঙটা-ঘুঙটি হইলেসে ইটাৰ আসোল প্ৰকৃতি আৰো গুৰুত্ব বিৰি আসিবে।
বি:দ্ৰ: উজান নামেৰ অনলাইন পত্ৰিকাত বাইৰ হৈছে।
No comments:
Post a Comment