Sunday, August 26, 2018

টউটকা বা টুটকা : একেনা কৃষিকেন্দ্ৰিক কৰ্মব্যবস্থা

                                                 হেমন্ত কুমাৰ ৰায়

         কোচ ৰাজবংশী সমাজোত টউটকা একটা এমন কৰ্মব্যবস্থা ঝেটা খালি কামেলা মানষিলাক দিয়া কৰা হয়। ধৰা হৈল, কুনো কাজেৰ জৈন্যে কামেলা নিলেন আৰ কাজটা সময় মতে শেষ নাহৈল। তখন কাজটা শেষ কৰি দেওয়াৰ বাবদ ঝেটা খাওয়া-দাওয়াৰ ব্যবস্থা কৰা হয়, তখন তাক কয় টউটকা বা টুটকা। ছোট্ট কৰি কবাৰ গেইলে, কামলা মানষি যখন ওভাৰ টাইম খাটি তাৰ বিনিময়ত মাড়েয়াৰটে খাওয়া নেয়, তখন ঐ কৰ্মব্যবস্থাটাকে ৰাজবংশী সমাজোত টউটকা বুলিয়া কওয়া হয়। টউটকাৰ খাবাৰ সাধাৰণতে জলপানে হয় (যেমন-- দই-চিড়া, ৰুটি-দৈ); কিন্তুক কাজটা বেশি বৰো হৈলে বা মেল্লা সময় ধৰি কৰা নাগিলে ৰাতি মাছ-ভাত বা মসম-ভাতো খাবাৰ পায়। এইটা মালিক আৰ কামেলা গুলা মিলি ঠিক কৰি নেয়। ৰাজবংশী সমাজেৰ ইটা কৰ্মব্যবস্থা এলা আস্তে আস্তে হাৰেয়া যাবাৰ ধৈচ্চে।

No comments:

Post a Comment