Saturday, August 25, 2018

গাতা ধৰা : কোচ-ৰাজবংশী সমাজেৰ একেনা কৰ্মব্যবস্থা

                           হেমন্ত কুমাৰ ৰায়
 
   কোচ ৰাজবংশী সমাজেৰ কৰ্মব্যবস্থা গুলাৰ ভিতিৰা আৰ একটা সুন্দৰ ব্যবস্থা হৈল গাতাধৰা। গাতা হৈল অদল-বদল (rotation) কৰি কৰা কৰ্ম। যখন কুনো কাজেৰ সুবিধাৰ বাদে দুই বা তাৰ চাইতে বেশি মানষি একসাথে হয়া একদিন ইমাৰ আৰ একদিন উমাৰ কাজ কৰে, তখন তাক গাতা ধৰা বুলিয়া কওয়া হয়। ভালকৰি কৈলে, গাতা হৈল এমন একটা কৰ্ম ব্যবস্থা ঝেটাই কয়জন (2 থাকি 5 জন, বেশি হৈলে অসুবিধা হয়) লোক একগোট হয়া একটা দল গঠন কৰে আৰ পত্তিদিনে যেকুনো একজনেৰ খেতি কাজ কৰে। এমন কৰি ৰোটেশ্যন মাফিক সগাৰে কৃষিকাজ সম্পন্ন কৰে গাতা ধৰা মানষিলা। ৰাজবংশী সমাজোত কৃষিকেন্দ্ৰিক এই কৰ্মব্যবস্থাত কৃষি কাজেৰ চাপোত সাধাৰণতে গাতা ধৰে। যেমন, দুইজন মানষি একসাথ হয়া কোষ্টা নিলিৰ পায়। উমাৰ একজনে আৰ একজনেৰ কাজ নিয়াম মাফিক একসাথে কৰাটাকে গাতা বুলিয়া কওয়া হৈবে। দুই-তিনজন হালুয়া একসাথ হয়া গাতা ধৰিৰ পায়। একটা গৰু থাকা মানষি আৰ একজনেৰ একটা গৰু থাকা লোকক নিয়াও গাতা ধৰিৰ পায়। তাৰ পৰে ৰোটেশ্যন অনুসৰি হাল বোয়েৰ পায়। এই গাতা কোচ-ৰাজবংশী সমাজেৰ একটা খিব জনপ্ৰিয় কৰ্মব্যবস্থা আছিলেক। বাইষ্যালি বা নিলানি কাজেৰ সময় কোচ-ৰাজবংশী সমাজোত গাতা পৰায় দেখা গেইছিল। গাতাৰ মৈধ্য দিয়া কোচ-ৰাজবংশী মানষিলাৰ মাঝোত মিলা-মিসা আৰ বন্ধুত্বৰ ভাব ফুটি বিৰাইছিল। কিন্তুক আজিৰ আধুনিক যুগত গাতা এলা হাৰে যাওয়াৰ মতোন হৈছে। 

No comments:

Post a Comment