'ওনাস' মানে অনুসন্ধান। এই অনুসন্ধান মূলত সমাজকেন্দ্ৰিক। সমাজৰ বিভিন্ন বিষয়, যেনেকৈ, ধৰ্ম, সংস্কৃতি, দৰ্শন আদি বিভিন্ন তত্বমৃলক আলোচনাৰ এক নিৰ্ভৰযোগ্য ব্লগ। ইয়াত ব্লগাৰে তেওঁৰ সকলো লিখনি অসমীয়া, ইংৰাজী আৰু আঞ্চলিক ৰাজবংশী ভাষাতে যুগুত কৰিছে।
Sunday, October 6, 2019
Wednesday, September 25, 2019
Saturday, September 21, 2019
Sunday, February 10, 2019
নাইয়ৰী : একেনা অনুষ্ঠানকেন্দ্ৰিক কৰ্মব্যবস্থা
হেমন্ত কুমাৰ ৰায়
অনুষ্ঠান বাড়ীৰ একেনা গুৰুত্বপূৰ্ণ নাৰীকেন্দ্ৰিক কৰ্মপদ্ধতি হইল নাইয়ৰী। নাইয়ৰী বুলি কৈলে আসোলতে বিয়াও, অন্নপ্ৰাশনেৰ মতন অনুষ্ঠানত কামাই কৰিৰ বাদে আইসা সগাই-সোদৰ, যেমন-- বউ-ঝিউ, চেংৰী-বেংৰী, আই-মাও গুলানকে বুঝায়। নাইয়ৰীলা অনুষ্ঠানেৰ মেলা দিন আগত থাকি আসিৰ ধৰে। কাও কাও বিয়াও বাড়ী এক মাস আগতে আইসে। সেইবাদে গেৰামেৰ মানষিলাৰ মুখত মাজে মাজে শুনা যায়-- 'উমাৰ বিয়াৰ বাড়ী নাইয়ৰী-পৰঘৰী দিয়া ঝুমঝুমা হৈছে'। অনুষ্ঠানেৰ সৌগ নকণ কামাই সমায়েৰ আগতে গোচে নেওয়াই ইমাৰ মূল উদ্দেশ্য। বিয়া, অন্নপ্ৰাশন বা কাম-কিৰিয়াৰ দৰকাৰী জিনিস, যেমন-- কাপোৰ-চোপোৰ ধোয়া, চিড়া-মুড়ি ভাজা, ধান ভুকা, চাউল ঝাৰা, মসলা-ঠসলা গুড়া কৰা, ঘৰ-বাড়ী নিকা-মোচা কৰাৰ থাকি ধৰি অনুষ্ঠান বাড়ীৰ সৌগ জিনিস-পত্ৰ গোচা-গুচি কৰি ৰাখাত নাইয়ৰীৰ ভূমিকা খিব গুৰুত্বপূৰ্ণ। তাৰ ছাৰাও, অনুষ্ঠানেৰ দিনটাত ঘৰুয়া কাজেৰ সৌগ দায়িত্ব থাকে ইমাৰে হাতত। বিয়াৰ মতন অনুষ্ঠানত কামাইৰ চাপ পৰিলে ইমাৰ উপস্থিতি ভালকৰি বুঝা যায়। তখন কথায় কথায় কওয়া শুনা যায়--"নাইয়ৰীগুলা কোটে গেইলেন হে", "নাইয়ৰীগুলা এত্তি আইসো তো", নাইয়ৰীলা অল্প জোগাৰ দেও তো" ইত্যাদি।
নাইয়ৰীৰ মৈধ্য দিয়া ৰাজবংশী সংস্কৃতিৰ মেলা দিশ ফুটি বিৰায়। ইমৰা অনুষ্ঠান বাড়ী আসিৰ সম পৰায় সগায় আনিবে একঘটি কৰি দই বা দুধ। অনুষ্ঠান বাড়ীত দই-দুধ নিয়া যাওয়াটা ৰাজবংশী মানষিলাৰ একেনা তেপুৰাণি সংস্কৃতি। নাইয়ৰী চেংৰী-বেংৰী, বউ-ঝিউ, আই-মাওগুলা বিয়া বাড়ীত নানানটা কামাই কৰে; কাও বৈৰাতীৰ দায়িত্ব নেয়, কাও নয়া বৰোক বৰিয়া নেয়, নয়া কইনাক বৰিয়া নেয়, কাও বিয়াৰ গান টানে; এমনে কৰি বৰেৰ বাড়ী আগেড়া খাবাৰ যাওয়া অবদি নাইয়ৰীৰ একটা বৰো ভূমিকা থাকে। মুটেৰ উপুৰা, অনুষ্ঠান বাড়ীত কাজ-কৰ্ম থাকি ধৰি মেলা সাংস্কৃতিক দায়িত্ব নাইয়ৰীলা পালন কৰে।
অনুষ্ঠানটা পাৰ কৰি দিয়া যখন নাইয়ৰীলা বাড়ী বুলি ঘাটা ধৰে তখন মনটা সগাৰে ভাৰাক্ৰান্ত হয়া পৰে। কাও কাও যাবাৰ সম হুকহুকি কান্দে, মাড়েয়ানী বা বাড়ীৰ মানষিলাৰ মনো কান্দি উঠে। অস-পৰসি সগাৰে চৌক টলমলা হয়া উঠে। কেনেনা, এই কয়দিন হাসি-খিলি কৰি, ঠাট্টা-মস্কৰা কৰি যে অনুষ্ঠান উপভোগ কৈৰছিল তাৰ যতি পৰে। নাইয়ৰীলাৰ বিদায়েৰ ঐ মূহুৰ্তটা সাচাই খিব মনে ৰাখাৰ মতন। আত্মীত্বৰ এক মধুৰ সম্পক্ক এটি ভালকৰি নজৰ কৰিৰ পাই।

Friday, February 8, 2019
টৌলিয়া : একেনা কৰ্মপদ্ধতি
হেমন্ত কুমাৰ ৰায়
কোচৰাজবংশী সমাজোত চলতি কৰ্মপদ্ধতিলাৰ ভিতিৰা একেনা অন্যতম ব্যবস্থা হইল টৌলিয়া। কুনো অনুষ্ঠানেৰ কাম-কাজ কৰাৰ বাদে ঝিলা গেৰামেৰ মানষি যোগদান কৰে উমাকে কয় টৌলিয়া। টৌলিয়া মানষিলাৰ পধ্যান কাম হৈল অনুষ্ঠান বাড়ীৰ সৌগ নকণ কাজ কৰি অনুষ্ঠানটা ভালকৰি পাৰ কৰি দেওয়া। টৌলিয়াগুলা যেকুনো বিয়া, অন্নপ্ৰাশন, চুড়াকৰণ, কাম-কিৰিয়াৰ নানান নকণ কাজ কৰে। অনুষ্ঠান বাড়ীৰ পেণ্ডেল বানা, চেয়াৰ-ব্ৰেঞ্চ গোটা, ভাৰা-খোৰা গোটা, চাটাকাটা, সাগাই-সোদৰ খাবাৰ-দাবাৰ দেওয়া-থোয়া কৰা ইত্যাদি সৌগ কাজ কৰে টৌলিয়াগুলায়। অনুষ্ঠানটা শেষ হওয়াৰ পৰেৰ দিন ঝেটা খাওয়া-দাওয়াৰ আয়োজন হয়, তাক কয় 'টউলিয়া-মৌলিয়া'ৰ খাওয়া। টৌলিয়াগুলা সাৰা দিন-ৰাতি খাটি অনুষ্ঠানটা পাৰ কৈৰতে যেহেতু খিব খাটিনী হয়, তাৰে বিনিময়ত পৰেৰ দিন টৌলিয়া-মৌলিয়াৰ খাওয়া-দাওয়াৰ আয়োজন কৰা হয়। এটি 'মৌলিয়া'ৰ শব্দটায় কাজ কৰা মানষিলা ছাৰাও বাকী সাগায়-সোদৰ, নাইয়ৰী আৰ আস-পৰসিৰ মানষিক থাউকাতে বুজায়। এই কৰ্মপদ্ধতিটা খালি কোচৰাজবংশী সমাজোতে নোঞায়, বাকী ভাইল্লা জনগোষ্ঠীৰ মৈধ্যতো দেখা যায়। গেৰামেৰ সৌগ মানষিলাৰ নিজাৰ আস-পৰসিৰ ফিতি যে একটা দায়িত্ব আৰো কৰ্তব্য আছে তাক বুঝা যায় টৌলিয়া ব্যবস্থাৰ মৈধ্য দিয়া।

Wednesday, January 16, 2019
Tuesday, December 25, 2018
Saturday, December 15, 2018
Sunday, November 25, 2018
Saturday, November 24, 2018
অনুগল্প : লজ্জা
হেমন্ত কুমাৰ ৰায়
গাঁৱৰ পৰিবেশ বিনষ্ট কৰাৰ কাৰণে ৰাইজমেলত বেমেলা বৰ্মণক গাঁওখনৰ পৰা খেদি পঠোৱাৰ সিদ্ধান্ত লোৱা হয়। বিচাৰকৰ যুক্তি হল : "যদি বেমেলা বৰ্মণ গাঁৱত থাকে, তেন্তে গাঁৱৰ যুবকসকলৰ জীৱন ধ্বংস হ'ব আৰু যুবতী সকলেও তাইক অনুসৰণ কৰি বেশ্যাবৃত্তিত নামি পৰিব।"
বেমেলা বৰ্মণেও আত্মপক্ষ সমৰ্থনত কয় : "যেতিয়ালৈকৈ গাঁৱত চুল্টু মাষ্টৰ, শিবেন বুঢ়া, অনন্ত হাজৰিকাৰ দৰে অসভ্য মানুহ থাকিব তেতিয়ালৈকে হেজাৰটা বেমালাৰ জন্ম হৈয়ে থাকিব।"
বিচাৰক মণ্ডলীৰ সিদ্ধান্ত ব্ৰহ্মাৰ বাক্যৰ দৰে অলৰ-অটল। কাৰণ বেমেলা বৰ্মণৰ চালচলনত গাঁৱৰ মানুহবোৰ খুব লজ্জিত।

Thursday, November 8, 2018
Saturday, November 3, 2018
আমোলমোল বেয়া গোন্ধ
হেমন্ত কুমাৰ ৰায়
আমাৰ খাদ্যৰ বিলাতী গোন্ধই হয়তো উজাই উজাই কনমানিটোৰ নাকত প্ৰৱেশ কৰিছিল। জন্মসূত্ৰে প্ৰাপ্ত দৰিদ্ৰতাই হোনে তেওঁক আকৰ্ষণ কৰিছিল আমাৰ ফালে। দুদিন ধৰি আই-দেউতাকৰ কৰ্ম বিৰতি আছিল। দিনে-নিশাই খাটি খাটি প্ৰস্তুত কৰিছিল এক বিশেষ উৎসৱৰ কাৰণে। কিবা বোলে ল'ৰাহঁতৰ ভাল হব। আৰু স্কুলখনৰো। সেয়ে তেওঁ ভালদৰে এসাজ খাব পৰা নাছিল এই কেইদিন।
ল'ৰাজনে বাৰে বাৰে জুমি জুমি চাইছে।
"ঐ কি কৰিছা? ঘৰলৈ যা।" এগৰাকী এচিষ্টেণ্টৰ ধমকত সি গুচি গ'ল।
তেওঁ আঁতৰি গল। কিন্তু শৈশৱৰ কোমল মনটো....?
অলপ পিছত সি আকৌ আহিল। এইবাৰ মুখলৈ চালোঁ। হাতত তুলি লোৱা মাংস টুকুৰাৰ সুস্বাদু গোন্ধই মোক কিয়বা জোকাৰি গ'ল।
তৎসত্বেও ল'ৰাজনৰ মুখমণ্ডলত ফুটি উঠিছে এক অতীব সুখানুভূতি। কাৰণ আমাৰ খাদ্য মেনুতে হেনো আছে তেওঁৰ পৰিশ্ৰমৰ সম্পূৰ্ণ সাৰ্থকতা।
ফটো : ইন্টাৰনেটৰ পৰা সংগৃহীত।

Sunday, October 28, 2018
Saturday, October 13, 2018
Tuesday, October 2, 2018
কোচ-ৰাজবংশীসকলৰ যাত্ৰাপূজা বা দেবীপূজা : এটি আলোকপাত
হেমন্ত কুমাৰ ৰায়
শাৰদীয় দূৰ্গা উৎসৱৰ সময় হলে পশ্চিম অসম, উত্তৰবঙ্গ, বিহাৰ, নেপালৰ ঝাপা-মৰং আৰু বাংলাদেশৰ ৰংপুৰ অঞ্চলৰ কোচ-ৰাজবংশী সমাজত প্ৰত্যেকৰে ঘৰে ঘৰে দেবীপূজা বা যাত্ৰাপূজাৰ প্ৰস্তুতি চলি থাকে। দৰাচলতে কোচ-ৰাজবংশী সমাজত দেবী দূৰ্গাৰ প্ৰধান পৰিচয় 'দেবীঠাকুৰাণী' হিচাবে আৰু শাৰদীয় দূৰ্গোৎসৱৰ নাম হ'ল যাত্ৰাপূজা বা দেবীপূজা।*1 'সিং বিয়া কৰিবলৈ যোৱা'*2 লোক-কাহিনীৰ আঁত ধৰি কোচ-ৰাজবংশীসকলে শালি ধানৰ খেতি কাম সমাপ্ত কৰে ভাদ মাহৰ তেৰ তাৰিখে। তাৰ পিছত ৰৈ থাকে বাৰিষা কালৰ সমাপ্তিৰ কাৰণে। কোচ-ৰাজবংশী সমাজত সিং উভতি অহাৰ পিছৰ পূৰ্ণিমা তিথিৰ পৰা অৰ্থাৎ কৃষ্ণপক্ষৰ পৰা ষোল্ল গৰাকী কইনা যায় বুলি বিশ্বাস আছে। ইয়াৰে পোন্ধৰ গাৰকী নিয়ম অনুসৰি যায় আৰু শেষৰ গৰাকী পলাই যাই বুলি লোকবিশ্বাস আছে। কইনা যোৱাৰ এই দিনকেইটাক ৰাজবংশী ভাষাত কোৱা হয় 'কইনাগত শাতাও' অৰ্থাৎ ঘোৰ বাৰিষা। কোচ-ৰাজবংশী সমাজত বিশ্বাস আছে কইনা কেইগৰাকীৰ কোনোবাই হাঁহি হাঁহি আৰু কোনোবাই কান্দি কান্দি যায়। যদি কইনাজনী হাঁহি হাঁহি যায় তেন্তে ৰ'দ দিয়ে আৰু যদি কান্দি কান্দি যায় তেন্তে বৰষুণ হয়। কোচ-ৰাজবংশী সমাজৰ প্ৰচলিত বিশ্বাস মতে কইনা যোৱা শেষ হলে আৰু বৰষুণ নহয়, তাৰ পাছৰে পৰা খাৰালি পৰে, শীত আহে। গতিকে প্ৰস্তুতি চলে হৈমন্তিক কৃষিৰ। কাৰণ পূৰণি দিনত শালি ধানৰ খেলিমেলিৰ বাবে কোচ-ৰাজবংশী সমাজে নিৰ্ভৰ কৰিবলগীয়া হৈছে হৈমন্তিক খেতিৰ ওপৰত। গোম, সৰিয়হ, তিল ইত্যাদি খেতিৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰিছিল তেওঁলোক। আৰু এইখিনি কৃষিকাৰ্য ভালদৰে আৰম্ভ কৰিবলৈ প্ৰয়োজন হৈছিল এটা শুভ দিনৰ যিদিনা পৰা কোনো বতৰৰ সমস্যা নাথাকিব। এই দিনটো শাৰদীয় দূৰ্গা উৎসৱৰ নৱমী কিংবা দশমীৰ দিন। এই দিনটোতে কোচ-ৰাজবংশী জনগোষ্ঠীৰ প্ৰত্যেকজন মানুহৰ ঘৰত অনুষ্ঠিত হয় যাত্ৰাপূজা। দেবী দূৰ্গা নহয়; কোচ-ৰাজবংশী সমাজত যাত্ৰাপূজা বা দেবীপূজাই আছিল তেওঁলোকৰ জনগোষ্ঠীয় পূজা।
যাত্রাপূজা এক কৃষিকেন্দ্ৰিক পূজা। 'যাত্ৰা' শব্দটো অৰ্থ আৰম্ভণি বা শুভাৰম্ভণি। ডঃ গিৰিজা শংকৰ ৰায় যাত্ৰাপূজাৰ প্রসংগত কৈছে--- "এই দিনটোত ৰাজবংশী কৃষকগণ হৈমন্তিক ফচল উৎপাদনৰ উদ্দেশ্যে ক্ষেত্ৰ কৰ্ষণ আৰম্ভ কৰি দিয়ে। আউশ আৰু মৰাপাটৰ তুলনাত কৃষকসকলৰ পক্ষে আমন ধানৰে গুৰুত্ব বেছি। এই গুৰুত্বপূৰ্ণ ফচলৰ মাটি প্ৰস্তুত কৰিবলৈ হালচালনৰ যাত্ৰা আৰম্ভ হয় কাৰণে কৃত্যটোক যাত্ৰাপূজা নামে অভিহিত কৰা হ'ব পাৰে।"*3 সহজ কথাত, এই পূজাৰ মাজেদি হৈমন্তিক ফচলৰ শুভাৰম্ভণি ঘটে কাৰণে ইয়াক যাত্ৰাপূজা নামেৰে জনা যায়; আকৌ এই পূজাৰ মাধ্যমেদি হালকৰ্ষণৰ সূচনা হয় কাৰণে ইয়াক 'হালযাত্ৰা" বুলিও অভিহিত কৰা হয়। কৃষিকাৰ্যৰ শুভাৰম্ভ ঘটে কাৰণে এই পূজাক 'যাত্ৰা শাইট' বুলিও কোৱা হয়।*4 আন এটা অভিমত মতে 'যাত্রাশি' গছৰ পাত (এক প্ৰকাৰ গুল্ম জাতীয় উদ্ভিদ) এই পূজাৰ অনিবাৰ্য উপকৰণ হেতু ইয়াক 'যাত্ৰাপূজা' বুলি কোৱা হ'ব পাৰে। কিন্তু এই অভিমতৰ সপক্ষে তেনে কোনো সবল যুক্তি পোৱা নাযায়।
যাত্ৰাপূজাৰ দিন কোচ-ৰাজবংশী মহিলাসকলে ৰাতিপুৱা উঠি ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰিব লাগে; গোবৰ আৰু পানী মিহলি কৰি চোতাল, আগচোতাল মছিব লাগে। ঘৰৰ সকলো আচবাব উলিয়াই আনি ভালদৰে ধুই পৰিষ্কাৰ কৰি পূজাৰ কাৰণে প্ৰস্তুত কৰিব লাগে। ঘৰত ব্যবহৃত নিত্য প্ৰয়োজনীয় সকলো বস্তুৱেই সিদিনাখন উলিয়াই আনি ভালদৰে লেপি, মছি, ধুই পখালি তুলসী তলৰ পাটত বা থাপনাত কলপাতৰ ওপৰত ৰখা নিয়ম। দা, কটাৰী, কোৰ, কাচি ইত্যাদি যাবতীয় ঘৰুৱা কামৰ যন্ত্ৰপাতি; কৃষিকাৰ্যৰ সকলো সা-সঁজুলি, যেনে-- নাঙল, যুঁৱলি, জখলা ইত্যাদি ধুই পখালি পৰিষ্কাৰ কৰি পূজাৰ কাৰণে প্ৰস্তুত কৰি থব লাগে। সিদিনাই বিদ্যাৰ্থীসকলে দেবী সৰস্বতীৰ পূজা উদ্দেশ্যে তেওঁলোকৰ কিতাপ, বহী, কলম, শ্লেট, পেনচিল আদি উলিয়াই আনি তুলসীৰ তলত বাকী বস্তুৰ লগত একেলগে ৰাখে। নিয়ম অনুসৰি পাচি, কুলা আদিত খড়িমাটি লগাব লাগে। ইয়াৰ উপৰিও নিয়ম আছে, যাত্ৰাপূজাৰ দিন প্ৰত্যেক ঘৰৰ দুৱাৰে দুৱাৰে কৃত্ৰিমভাবে নিৰ্মিত কদম ফুলৰ মালা অৰ্থাৎ কুঁহিলাৰ মালা (artificial pith flowers) ওলমাই থব লাগে। গোঁসাই ঘৰ, তুলসীৰ থাপনা, ঘৰৰ দৰজা, দুৱাৰ, চৌকাঠ, ঘৰৰ মূল খুটিতো এই মালা ওলমাই ৰাখিব লাগে। আনকি, কৃষিৰ মূল সজুঁলি নাঙল, যুঁৱলি, আৰু জখলা আদিতো কুঁহিলাৰ মালা পিন্ধাই থোৱা নিয়ম। যাত্ৰাপূজাৰ অন্যতম অনুষঙ্গ এই কুঁহিলাৰ ফুল শান্তিৰ প্ৰতীক।
এইবোৰ ৰাতিপুৱাৰ কাম। তাৰ পিছত ঘৰৰ গৃহস্থ বা বয়সস্থ কোনো ব্যক্তি পূজা আৰম্ভ কৰে। পূজাত ব্ৰাহ্মণ নালাগে; কোনো কোনো ঠাইত ৰাজবংশী অধিকাৰীয়ে এই পূজা সম্পন্ন কৰে, কিন্তু অধিকাৰী থকাটো অনিবাৰ্য নহয়। সুদীৰ্ঘকালৰ পৰা কোচ-ৰাজবংশীসকলে যাত্ৰাপূজাত ব্ৰতী হৈ আহিছে য'ত কোনো শাস্ত্ৰীয় তত্ত্ব-বিচাৰ নাথাকে। সাধাৰণতে ঘৰৰ যিকোনো প্ৰাপ্তবয়স্ক মানুহে এই পূজা সম্পাদন কৰিব পাৰে। পূজাত বহি তেওঁ প্ৰথমতে ঘৰুৱা আৰু কৃষিকাৰ্যৰ প্ৰতিটো বস্তুতে এটা সিন্দুৰৰ ফোট আৰু এটা কাজলৰ ফোট দিব লাগে। বিদ্যাৰ্থীসকলৰ কিতাপ, বহী আদিত একেদৰে ফোট দিব আৰু লগতে প্ৰতিখন কিতাপ আৰু বহীৰ ভিতৰত একোটাকৈ যাত্ৰাশি'ৰ পাত আৰু বেল পাত থব। পূজাত নৈবেদ্য হিচাপে উচৰ্গা কৰিব লাগে দুই খোল (ডোনা) প্ৰসাদ। প্ৰসাদ হিচাবে থাকিব ফলমূল, বুট, গাখীৰ, চিনি, দই, কল। এথোক কল থকে, প্ৰতিটো কলতে সিন্দুৰৰ ফোট দিব লাগে। ফুল, তুলসী, দুবৰি বন, বেলৰ পাত আৰু যাত্ৰাশি'ৰ কিছুমান পাতেৰে পূজা নিয়ম। পূজাৰ উপকৰণ হিসাবে যাত্ৰাশি'ৰ পাত অনিবাৰ্য উপকৰণ। যাত্ৰাশি'ৰ পাতবিহীন এই পূজা সম্পন্ন নহয়। পূজাত বিশেষ কোনো মন্ত্ৰ নাথাকে। পূজা শেষ হলে ঘৰৰ সকলোৱে সেৱা কৰিব। বিদ্যাৰ্থীসকল সৰস্বতীক সেৱা জনায়, মনৰ কামনা ব্যক্ত কৰে। সিদিনা বহুতে ঘৰৰ অন্য দেৱতাকো পূজা কৰে। উত্তৰবঙ্গ আৰু পশ্চিম অসমৰ বহু অঞ্চলত সিদিনাই বিষহৰি ঠাকুৰকো পূজা দিয়াৰ নিয়ম আছে। যাত্ৰাপূজাৰ অন্তত পূজাৰ 'শান্তিজল' যাত্রাশি পাতেদি ঘৰ-দুৱাৰ আৰু সকলো আচবাব, পাত্ৰ আদিত ছটিয়াই দিব লাগে।
ইয়াৰ পাছৰ নিয়ম হালযাত্ৰা। অৰ্থাৎ হালবোৱাৰ বা মাটি চহাৰ শুভাৰম্ভণি। এই উদ্দেশ্যে কোচ-ৰাজবংশী মানুহসকলে যিকোনো কৃষিভূমিত আঢ়ৈ পাক হালবোৱাব লাগে। নিয়ম অনুসৰি যাত্ৰাপূজাৰ শেষত এখন চালনিত (কল পটুৱাদি তৈয়াৰী) পঞ্চপ্ৰদীপ সজাই অলপ সিন্দুৰ আৰু কেইটামান মূদ্ৰা দি ভূমিত ৰখিব লাগে। তাৰ পিছত তাত অন্যান্য উপকৰণেৰে পূজা কৰি নাঙলৰে আনুষ্ঠানিকভাৱে আঢ়ৈপাক হাল ঘুৰোৱাৰ মাজেদি 'হালযাত্ৰা' সম্পন্ন কৰা হয়।*5 সমগ্ৰ কোচ-ৰাজবংশী সমাজে এই বিশেষ পদ্ধতিৰে আঢ়ৈ পাক হাল কৰ্ষণ কৰি কৃষিকাৰ্যৰ সূচনা কৰে। ৰাজবংশী ভাষাত ইয়াক 'হালপাইত্ৰা' বুলিও কোৱা হয়। ই আচলতে এটি fertility cult ৰ নিদৰ্শন। কিন্তু হালযাত্ৰাৰ নিয়মটো অঞ্চলভেদে পৃথক হয়। উত্তৰবঙ্গৰ কোনো কোনো অঞ্চলত যাত্ৰাপূজা সম্পন্ন কৰি তাৰ পাছত হালপাইত্ৰা কৰা হয়, পশ্চিম অসমৰ কিছুমান ঠাইত প্ৰথমতে 'হালপাইত্ৰা' কৰা হয়, তাৰ পিছতহে নাঙল-যুঁৱলি ধুই পখালি যাত্ৰাপূজা সম্পন্ন কৰা হয়। এইদৰে দেখা যায় বিজয়া দশমীৰ দিনা যাত্ৰাপূজাৰ উপলক্ষে অনেক নতুন কৰ্মৰ সূচনা হয়। প্ৰাচীনকালত যুদ্ধযাত্ৰা, পশুচিকাৰ আদিও এই দিনতে আৰম্ভ কৰা হৈছিল।*6
যাত্ৰাপূজা দেবীপূজাৰে নামান্তৰ। সিং উভতি অহাৰ পিছত 'কইনাগত শাতাও'ৰ যি হিচাপ কোচ-ৰাজবংশী মানুহৰ মুখে মুখে প্ৰচলিত সি দেবীপূজাকে কেন্দ্ৰ কৰি চলি আহিছে। কোচ-ৰাজবংশী সমাজত শাৰদীয় দূৰ্গাপূজা দেবীপূজা নামেৰে সৰ্বাধিক প্ৰচলিত। এই দেবীপূজাৰ প্ৰচলন ঘটে কোচবিহাৰ ৰাজবংশক কেন্দ্ৰ কৰি। এই দেবী 'বড়দেবী' নামে পৰিচিত। দেবীপূজাক লৈ বিভিন্ন উপ্যাখ্যান আছে। ৰাজ-উপ্যাখ্যান মতে কোচবিহাৰ ৰাজবংশৰ প্ৰতিষ্ঠাতা বিশ্বসিংহ চিকনা পৰ্বতত প্ৰাপ্ত 'কৃষ্ণপট দেহৰ' (কৃষ্ণ প্ৰস্তৰ খণ্ড)ক 1510 খ্ৰীষ্টাব্দত দেবীদূৰ্গা ৰূপে সৰ্বপ্ৰথম ধেমালিতে পূজা কৰিছিল। এই পূজা কৰাৰ পিছতে বিশ্বসিংহ কোচবিহাৰ ৰাজবংশ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়। বিশ্বাস অনুসৰি ধেমালিতে এজন বন্ধুক আঠুকাঢ়ি বহুৱাই কুশেদি (কহুঁৱা) গলত আঘাত কৰাত সঁচাকৈয়ে তেওঁৰ শিৰচ্ছেদ ঘটে। তাৰ পাছৰে পৰা বিশ্বসিংহ প্ৰতিবছৰে সেই দেবীৰ পূজা কৰিছিল, নৰবলিও দিছিল। অসম যাত্ৰাৰ সময়ত (1562) নৰনাৰায়ণ এই দেবীকে মৃন্ময়ী মূৰ্তি প্ৰতিষ্ঠা কৰি 'বড়দেবী' হিসাবে প্ৰথম পূজা কৰে।*7 আন এটা আখ্যান অনুসৰি নৰনাৰায়ণৰ ভাতৃ শুক্লধ্বজ (বীৰ চিলাৰায়) দাদাক হত্যা কৰিবলৈ আহি প্ৰত্যক্ষ কৰে যে স্বয়ং দেবী নৰনাৰায়ণক কোলত লৈ বহি আছে। নৰনাৰায়ণ পিছত ধ্যানস্থ হৈ এই দেবীৰ সাক্ষাৎ লাভ কৰে। তেতিয়াৰ পৰাই কোচবিহাৰ ৰাজবংশত দেবীপূজাৰ প্ৰচলন আৰু প্ৰসাৰ ঘটে। অৱশ্যে এই দেবী ৰাজবাড়ীৰ বড়দেবী; ব্যক্তিগত উদ্যোগত পূজিত কোনো দেবী নহয়।
ৰাজবংশৰ ঐতিহ্যপূৰ্ণ দেবী আজিৰ দূৰ্গাদেবীৰ দৰে পূজা গ্ৰহণ কৰা নাছিল; এককভাৱে পূজা গ্ৰহণ কৰিছিল। ডঃ চাৰু চন্দ্ৰ সান্যাল 'The Rajbanshis of North Bengal' শীৰ্ষক গ্ৰন্থত এই দেবীপূজাৰ বিষয়ে লিখিছে এনেদৰে---"The images of the Devi in the Baikunthapur Zamindari house and the Devi of Boro Durga Baree of Coochbehar are red in colour and a single image without Lakshmi, Saraswati, Kartik and Ganesh. The Devi stands on a lion who bites the elbow of the demon Mahisasura....It is said that human sacrifice was performed at dead of night on the Navami day (3rd day) of the puja both in Baikunthapur and Coochbehar. In Baikunthapur, it is said that the custom continued upon the reign of the Raja Chandra Shekhar Dev in 1852-56 A.D. It was stopped by his successor Jayanta Dev. He replaced human sacrifice by buffalo sacrifice which continued till lately....।*8 কিছু পৰিৱৰ্তন কৰি এটা সময়ত নৰবলিৰ পৰিৱৰ্তে চাউলৰ গুড়িৰে মানুহৰ মূৰ্তি তৈয়াৰ কৰি তাত অলপ পাৰৰ তেজ মিহলাই বলি দিয়া হৈছিল। কোচবিহাৰৰ 'বড় দুৰ্গাবাড়ীত'এনে প্ৰথাৰ প্ৰচলন আছিল। চাউলৰ গুড়াৰে তৈয়াৰী মূৰ্তিত আঙুলিৰ অলপ তেজ মিহলি কৰি বলি দিয়া প্ৰথাও আছিল।*9 কোচবিহাৰ ৰাজবংশৰ শাখা জলপাইগুৰিতো অনুৰূপ পদ্ধতিত দেবীপূজাৰ প্ৰচলন আছিল। পৰৱৰ্তী কালত এই পূজাৰ লগত লক্ষ্মী, সৰস্বতী, কাৰ্তিক, গণেশৰ সংযোগ ঘটে; দেবীৰ গাৰ ৰঙৰো পৰিবৰ্তন হয়। গতিকে দূৰ্গা পূজাৰ প্ৰচলন কামতাপুৰ অঞ্চলত কেতিয়া হয় তাৰ সঠিক অনুমান সম্ভব নহলেও এইটো কোৱা যায় যে, ষোড়শ শতিকাৰ মধ্যভাগত কোচবিহাৰ ৰাজবংশ আৰু এই অঞ্চলৰ কোচ-ৰাজবংশী সমাজত দূৰ্গাপূজাৰ প্ৰচলন হ'ব পাৰে।
কিন্তু এই পূজা ৰাজবংশৰ মানুহৰ মাজতে সীমাবদ্ধ আছিল। বিত্তশীল লোক এই পূজাত অংশগ্ৰহণ কৰিলেও তেওঁলোকে এককভাৱে এই পূজা সম্পন্ন কৰা নাছিল। ইয়াৰ পৰিৱৰ্তে চ'ত মাহত বাসন্তী পূজাই কৰা দেখা গৈছিল। ৰাজ ঐতিহ্যক সন্মান জনাই তেওঁলোকে ইয়াৰ পৰা বিৰত আছিল। গতিকে এইটো অনুমান কৰিলে হয়তো ভুল নহব যে, কোচ-ৰাজবংশী সমাজত শাৰদীয় উৎসৱৰ প্ৰধান অঙ্গ সম্ভবত দেবীপূজা বা যাত্ৰাপূজাই আছিল আৰু ইয়াৰ মুখ্য বিষয় আছিল হালযাত্ৰা আৰু সৰস্বতী অৰ্চনা। অপেক্ষাকৃত পৰবৰ্তীকালত দেবীপূজা বা যাত্ৰাপূজাৰ লগত শাৰদীয় দূৰ্গোৎসৱৰ মিলন ঘটি থাকিব পাৰে।
তথ্যসূত্র :
*1. ডঃ গিৰিজা শংকৰ ৰায় : উত্তৰবঙ্গেৰ ৰাজবংশী সমাজেৰ দেব-দেবী ও পূজা-পাৰ্বন, পৃ. 51
*2. কোচ-ৰাজবংশী সমাজোত বিশ্বাস আছে শাওন মাহৰ সংক্ৰান্তিত সিং বিয়া কৰিবলৈ যায় পূবৰ পৰা পশ্চিমলৈ আৰু উভতি আহে ভাদ মাহৰ তেৰ তাৰিখে।
*3. ডঃ গিৰিজা শংকৰ ৰায় : উত্তৰবঙ্গেৰ ৰাজবংশী সমাজেৰ দেব-দেবী ও পূজা-পাৰ্বন, পৃ. 51
*4. Dr. Birendranath Dutta : Folk Culture of the Goalparia Region, p. 151
*5. জ্যোতিৰ্ময় ৰায় : ৰাজবংশী সমাজ দৰ্পন-2, পৃ. 125
*6. ডঃ দিলীপ কুমাৰ দে : কোচবিহাৰেৰ লোক-সংস্কৃতি, পৃ. 151
*7. জ্যোতিৰ্ময় ৰায় : ৰাজবংশী সমাজ দৰ্পন-2, পৃ. 123
*8. Dr. Charu chandra sanyal : The Rajbanshis of North Bengal. P. 141
*9. তদেব, পৃ. 142
Sunday, September 23, 2018
রাজবংশী সমাজোত চলতি মিথ : শামুকের জন্মকথা
গোটাইয়া :
হেমন্ত কুমার রায়
রাজা হরিশচন্দ্র মুনি-ঋষির দানের দক্ষিণা দিবার যায়া ফতুর হৈছিলেক। তায় অভাবত পরি ডোমের কাজ, মানে শুয়র চরার কাজ করিছিলেক। পত্তিদিনে শুয়রের গু পরিষ্কার কৈরতে উয়ার খিব অসুবিধা হৈছিলেক। তায় উঞায় ধর্মঠাকুরক পারথনা করি কৈছিলেক--"আইসা কালি থাকি মুই আর শুয়রের গু সান্টা-সান্টি করির পাইম না। ধর্মঠাকুর তুই খোয়ার পরিষ্কার করার ব্যবস্থা কর।" পরের দিন হরিশচন্দ্র দেখিলেক, শুয়রের হাগাগুলা শামুকের ঢক ধরিয়া খোয়ারের ফাক দিয়া বাইরিয়া যাবার নাইগছে। তখন থাকি শামুকের জন্ম হৈলেক।
খেও : ডঃ মাযহাৰুল ইছলাম তৰু, বাংলাদেশের আদিবাসী সংস্কৃতি।

Saturday, September 22, 2018
ৰাজবংশী লোকপুৰাণ : সাপেৰ এক চৌক কানা আৰো কাণ ছেড়া
গোটাইয়া : হেমন্ত কুমাৰ ৰায়
মা মনষা ঝখন সাপেৰ কুলক বিষ দিয়া ভুবনত ছাড়ি দেয়, তখন সাপলা কামৰে কামৰে ভাইল্লা মানষিক মাৰি ফ্যালাৰ নাগিল। মানষিলা ভয়তে হুকা হৈল। সাপেৰ আপসাৰি থাকি কেংকৰি নিস্তাৰ পাওয়া যায় ভাবিৰ নাগিল। তখন মানষিলা উপায় নাপেয়া দেবেৰ দেব মহাদেবেৰ ওটি শৰণাপন্ন হৈল আৰ সাপেৰ অপসাৰিৰ কথা জানাইল। মহাদেব মানব জাতিৰ দুষ্ক্য বুঝি মানুষকুলেৰ ৰক্ষাৰ বাদে সাপেৰ এক চৌক কানা কৰি দিলেক আৰ একটা কাণ ছিড়ি নিলেক, যাতে সাপে মানষিৰ কুনো শব্দ শুনিৰ নাপায় আৰ যাতে পিথিবিৰ খালি একপাকে দেখিৰ পায়। শ্যালা থাকি সাপেৰ এক চৌক কাণা হৈল আৰ সাপেৰ আপসাৰিও কমিল।
খেও : ডঃ মাযহাৰুল ইছলাম তৰু, বাংলাদেশেৰ আদিবাসী সংস্কৃতি।
ফটো : ইন্টাৰনেট থাকি নেওয়া, কড়াল 23-09-2018

Monday, September 17, 2018
কোচ-ৰাজবংশী সমাজেৰ পাইট খাওয়া ব্যবস্থা : একেনা ছোট্ট অধ্যয়ন
হেমন্ত কুমাৰ ৰায়
কোচ-ৰাজৱংশী মানষিলা মুলত কৃষিজীবী একনা জনগোষ্ঠী। এই জনগোষ্ঠীৰ নিজস্ব পৰম্পৰা, সংস্কৃতি, আচাৰ-ব্যবহাৰ, সামাজিক ৰীতি-নীতিয়ে জনগোষ্ঠীটাক ঐতিহ্য মণ্ডিত কৰি তুলছে। কৃষিয়ে উমাৰ জীৱনেৰ প্ৰধান জীৱিকা হইলেও উমৰা কুনো সময়েৰ জৈন্যেও নিজাৰ সংস্কৃতি আৰ সমাজ জীৱনেৰ ৰীতি-নীতিত থাকি পাছ পৰি থাকে নাই। শত অভাব আৰ দাৰিদ্ৰতাক পাৰ কৰিও উমৰা পৰস্পৰে পৰস্পৰৰ সাথোত মিলিজুলি থাকা দেখা যায়। হাজাৰ হিংসা, ঈৰ্ষা, ঝগৰা আৰ মতেৰ অমিল থাকা সত্ত্বেও বিপদে-আপদে, কাজে-কৰ্মে সমাজেৰ সৌগ ৰাজবংশী মানষিলা একগোট হওয়াৰ দৃষ্টান্তও সচৰাচৰ দেখা যায়। আগেৰ দিনত কাৰো বাৰীত বিয়া, অন্নপ্ৰাশনেৰ মতো কুনো কাজ হইলে গেৰামেৰ সৌগ চেঙৰা-চেঙৰী, বুড়া-বুড়ী সগায় আসিয়া অনুষ্ঠানটা ভালকৰি পাৰ কৰি দেওয়া গেৰামেৰ মানষিলাৰ একনা নৈতিক আৰ সামাজিক কৰ্তব্য বুলি ধৰি নেওয়া হইছে। সহজ, সৰল, হোজা এই জনগোষ্ঠীটাৰ সামাজিক সম্প্ৰীতিৰ নিদৰ্শন যেকুনো সংস্কৃতিবান আৰ সমাজপ্ৰিয় মানষিক আপ্লুত কৰি তুলবে।
ৰাজবংশী জনগোষ্ঠীৰ সমাজিক সম্প্ৰীতিৰে একনা অন্যতম ব্যবস্থা হইল পাইট-খাওয়া বা পাইট নেওয়া ব্যবস্থা। এই ব্যবস্থা মুলত কৃষিকৰ্মেৰ সাথতে জৰেয়া আছে আৰো ইয়াৰ সাথোত খাওয়া-দাওয়াৰ একনা বিশেষ আয়োজনো আছে। খাওয়া-দাওয়া অৱশ্যে কৰ্মেৰ বিনিময়ত আয়োজন কৰা হয়; এমনে এমনে বা কুনো অনুষ্ঠানৰ খাওয়া-দাওয়া ইটা নাহয়। পাইট দেওয়াৰ বাবদ সাধাৰণতে পেটভৰ্তি আমিষ খাওয়াৰ ব্যবস্থা কৰা হয়। হাস, চৰাই, শুওয়ৰ, কৈতৰ এগিলায় সাধাৰণতে পাইটেৰ খাওয়া। যেটায় নাহউক, এই ব্যবস্থাটা কি আৰ ইয়াৰ সাথে ৰাজবংশী সমাজ কেমন কৰি জৰেয়া আছে তথা ইমাক দিয়া কেংকৰি সমাজেৰ ঐক্য আৰ সম্প্ৰীতি ৰক্ষিত হয় অই সম্পক্কে অল্প কবাৰ চেষ্টা কৰিলং।
পাইট শব্দেৰ ব্যুৎপত্তি কি বা ইয়াৰ আভিধানিক অৰ্থ কি--- এই সম্পক্কে তেমন কিছু জানা নাযায়। কিন্তু 'পাইট' যে ৰাজৱংশী সমাজেৰ একনা বহুল প্ৰচলিত শব্দ আৰ ইটাৰ যে উপযোগিতা অপৰিসীম সেইটা কাথা খাটাঙকৰি কবাৰ পাই। পাইটক আলদা আলদা জাগাত আলদা আলদা নামোত জানা যায়। যেমুন, জলপাইগুৰি/আলিপুৰদুয়াৰেৰ অত্তিকাৰ কাহো কাহো ইটাক "হাওয়ালি খাওয়া" বুলি কয়। আসামেৰ কোকৰাঝাৰ, চিৰাং অঞ্চলেৰ ৰাজবংশীলা পাইটক "সাউৰি"/"যাংখ্ৰা" বুলিয়া বুজে ইত্যাদি। কিন্তুক অঞ্চলভেদে ইটাৰ নামেৰ বদলি গেইলোও পাইটেৰ মূল উদ্দেশ্য আৰ ধাৰণাটা পৰায় একেই আছে।
কোচ-ৰাজবংশী জনগোষ্ঠীৰ মনষিলা কৃষিজীবী এইটা আগতে কওয়া হইছে। হেমতি আৰ বৃত্তি ধানখেতি কৰা, কোষ্টা নিলা, কাটা, ধোয়া এগিলা কৃষি কাজেৰ সাথে সাথে হালবোওয়া, ৰোয়া গাৰা, ধান কাটা, মাটি তোলা, ঘৰ বান্ধা আদি ভাইল্লা কাজত পাইট নেওয়া হয়। হলবোওয়া কামটা কুনো একনা পৰিয়ালেৰ জৈন্যে সময়ত শেষ কৰা ততটা সহজ নাছিল। আজিৰ আধুনিক যুগেৰ মতো অত্যাধুনিক যন্ত্ৰ-পাতি আগেৰ দিনত নাছিল। সেইজৈন্যে দেখা গেইছে অই দিনত গাৰ্হস্থ্য মানষিলা পাইট নেওটা একেবাৰে খাটাঙে আছিল।
পাইট হইল কজেৰ বিনিময়ত আয়োজন কৰা খাওয়া-দাওয়া। ৰাজবংশী মানষিলা বিশেষ কৰি গাৰ্হস্থ্য মনষিলা সাধাৰণতে পাইট বেসিকৰি নেয়। আৱশ্যে গৰিব মানষিও পাইট নেওয়া দেখা যায়। যখন কাজেৰ চাপত বা মানষিৰ অভাবত কুনো একনা দৰকাৰী কাজ সময়মতে শেষ কৰা নাযায়, তখন সেই বিশেষ কাজটা টককৰি শেষ কৰাৰ জৈন্যে গেৰামেৰ মানষিলাক ডেকেয়া অই কাজটা শেষ কৰি তাৰ বদলি যেটা খাওয়া-দাওয়াৰ আয়োজন কৰা হয় তাকে সাধাৰণতে পাইট বুলি কওয়া হয়। পাইট দিবাৰ আইসা মানষিলাৰ বেসিৰ ভাগেই যুবক আৰ মধ্যবয়সী মানষি থাকে। অৰ্থাৎ পাইট খাওয়াত সাধাৰণতে পুৰুষগুলাই যোগদান কৰে। ত্যাঙো কোনো বিশেষ সংসাৰী কাজত গেৰামেৰ বেটিছাওয়া বা চেঙৰীগুলাও মাজে মাজে পাইট খাওয়া দৃষ্টান্তও আছে।
পাইটত সাধাৰণতে ভাইল্লা মানষি যোগদান কৰে। কাজেৰ চাপ আৰ প্ৰয়োজনীয়তা দেখি পাইটত কতো মানষিৰ দৰকাৰ হইবে সেইটা গাৰ্হস্থ্য গুলাই সিদ্ধান্ত নেয়। খুব কম কৰি হইলেও 4/5 জন আৰ বেসি কৰি হইলে 20--30 জন পৰ্যন্ত পাইটত যোগদান কৰে। অবশ্যে এই হিসাবেৰ তেমন কোনো ভিত্তিও নাই। "অৱস্থা দেখি ব্যৱস্থা" এই নীতিকে এটি মানি চলা হয়।
পাইটেৰ বিনিময়ত সাধাৰণতে বৰ ধৰণেৰ খাওয়া দাওয়াৰ ব্যৱস্থা কৰা হয়। মসম পৰায় সৌগ পাইটতে থাকে। মাংসৰ ভিতিৰাত পাঠা, হাস, কৈতৰ এমুনকি শুওয়ৰেৰ ব্যবস্থাও কৰা হয়। কিন্তুক এলেকা আনুযায়ী খাদ্যৰ তাৰতম্য হওয়াও দেখা যায়। তথাপি হাস পশ্চিম অসম আৰ কোচবিহাৰেৰ অঞ্চলত বেসি কৰি পাইটত খাওয়ায়। কিন্তুক পাহাৰী অঞ্চলত শুওয়ৰ বেসি কৰি খাওয়া দেখা যায়। কিন্তুক আজিৰ ৰাজবংশীগুলা আগেৰ মতোকৰি সগায় শুওয়ৰ নাখায়। সেইজোন্যে দেখা যায় আজিকালি পাইটত সাধাৰণতে হাসেৰ মাংসই বেসি কৰি খাওয়াৰ ব্যবস্থা কৰা হয়।
পাইট কুন কাজোত নেওয়া হয় আৰ পাইটেৰ কাজটা কেমন কৰি সম্পন্ন কৰা হয় তাৰ একনা ছোট্ট বিবৰণ তলপাকে দেওয়া হইল :
হালবোওয়া : হাল কৃষিজীবী মানষিৰ জীবনেৰ ঢাল। ভুঁইত সময়মতে হালবোওয়ালে সৌগ খেতি সুন্দৰভাবে ফসল দেয়। কিন্তুক কুনো কুনো সময়ত দেখা যায় হালেৰ গৰুৰ অভাবত কিংবা কামেলাৰ অভাবত ভুঁইগুলা সঠিক সময়ত চাস কৰা অসম্ভব হয়া যায়। এমন অবস্থাত গাৰ্হস্থ্য মনষিলাৰ গেৰামেৰ মানুষেৰ সহায়েৰ খুব দৰকাৰ হয়। নাহোলে উমাৰ খেতি কাজ তো হবাৰ নয়, এমনকি বৰ লোকচান ভৰা খাবাৰ খায় আৰো পৰবৰ্তী সময়ত বৰো মংগাৰ সন্মুখীন হওয়া নাগিৰ পায়। সেইজৈন্যে তখন গাৰ্হস্থ্য গুলাৰ পাইটেৰ বাদে অন্য কোনো উপায়ে নাথাকে। উমৰা তখন হাইল্লাৰ যাৰ যাৰ হালগৰু আছে সগাকে বা প্ৰয়োজন অনুসাৰে যত দৰকাৰ হয় ততোগুলা হালগৰু থাকা মানষিক পাইট ডেকায়। হালেৰ বেসি প্ৰয়োজন হইলে একনা গৰু থাকা মানষিও পাইট দিবাৰ পায়। কাৰো একনা গৰু থাকিলে উঞায় আৰ একজন একনা গৰু থাকা মানুষেৰ গৰুৰ সাথে একান হাল বানেয়া পাইটত যোগদান কৰাও দেখা যায়। কিন্তুক এইক্ষেত্ৰত দুয়োজন মানুষকে পাইট খাবাৰ ডেকাটা জৰুৰী। আৰ একটা চিছটেমো আছে। কাৰো হাল গৰু আছে কিন্তুক হালবোওয়া মানষি নাথাকিলে অন্য একজনে হালখান নিয়া পাইটত যোগদান কৰিৰ পায়। এইক্ষেত্ৰতো হালগৰু দেওয়া আৰ হালবোওয়া দুয়োজন মানষিক পাইট খাওয়াৰ ডেকা নিয়ম। হালবোওয়াৰ ক্ষেত্ৰত পাইটালগুলা নিৰ্দিষ্ট সময়ৰ ভিতিৰাত নিজাৰ নিজাৰ হাল নিয়া পাইট দিবাৰ আইসে আৰ সগায় এক সাথে শাৰী ধৰি হালবোয়ায়।
ৰোয়া গাৰা : এই কামটা বেসি কৰি হেমতিখেতিৰ সময় লক্ষ্য কৰা যায়। বাইসেলি সময়ত যেটা ধানখেতি কৰা হয় অইটাই ৰাজবংশী জনগোষ্ঠীটাৰ মুখ্য সম্বল। আজিৰ দিনেৰ মতো কৰি আগেৰ দিনত চাইনেজ খেতি নাছিল। বাইসসেলি খেতি যদি কুনো কাৰণত নষ্ট হয় বা কৰিৰ নাপায় তহোলে গোটায় ৰাজবংশী সম্প্ৰদায়টা বিপদত পৰে। একনা এমন খাদ্য সংকটত দিন কাটা খায় যাৰ পৰিণতত মানুষেৰ মৰণ পৰ্যন্ত হবাৰ পায়। কাজেই এই খেতিটাৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি সময় মতে ৰোয়া গাৰা কাজটা সম্পন্ন কৰাৰ অপ্ৰাণ চেষ্টা কৰে ৰাজবংশীলা
ৰোয়া গাৰা সময় পাৰ হং হং হৈলে বা মেল্লা ভুঁই একসাথে ভেৰ কৰিলে সাধাৰণতে ৰোয়া গাৰা কাজটা টককৰি শেষ কৰা সম্ভব নাহয়। তখন মাৰেয়া মানষিলা হাইল্লাৰ মানষিলাক পাইট ডেকায়। এইক্ষেত্ৰত একটা কথা লক্ষ্য কৰা খাইবে যে, ৰোয়া গাৰা কাজটা বেসি কৰি সইঞ্জা বালা বা ৰাতি আয়োজন কৰা হয়। জোৎস্না ৰাতি হইলে তো ভালেই। নাহলে হাচাক নাগেয়া ৰাতি সইগ পাইটাল পাই ধৰি ৰোয়া গাৰাত নাগি পৰে।
মাটি তোলা : মাটি তোলা পাইট সাধাৰণতে ঘৰেৰ ভেটি, খোলাম বাৰী আৰ আগিনাৰ মাটি কাঠা এগিলাৰ বাবদ নেওয়া হয়। এগিলা ছাৰাও বাগানবাড়ি, ডিগিৰ মাটি কাঠা ইত্যাদি সৌগ ধৰণেৰ মাটি কাঠা বা তোলাত পাইট নেওয়া দৃষ্টান্তও আছে। মাটি তুলিৰ আইসাৰ সময়ত পাইটালগুলা সগায় হয় ডেলি নাহোলে কোদাল নিয়া আইসে। ৰোয়া গাৰাৰ মতো কৰি মাটি কাটা কাজো ৰাতি ৰাতি কৰা যায়। কিন্তু এইক্ষেত্ৰত জোৎস্না ৰাতি হওয়টা দৰকাৰ। যেটাই নাহওক, ডেলি কোদাল এগুলা ধৰি আসি সাগায় মিলি হাতাপাতি সেই নিৰ্দিষ্ট কাজটা সম্পন্ন কৰি দেয় মাটি তোলা পাইটত।
কোষ্টা আৰ ধান খেতিৰ কাম : এই কাজটা চৈত, বৈসাখ আৰ জেট মাসে হয়। বসন্ত কালত পত্তম দেওয়াৰ ঝৰি হওয়াৰ সাথে সাথে খাৰলী দিনেৰ মাটি ভিজি যায়। তখন এই আধা ভিজা মাটিত ভাল কৰি চাস কৰি ৰাজবংশী মানষিলা কোষ্টা আৰ বিত্ৰি ধান বোয়ায়। কিন্তুক দিনে দিনে কোষ্টা আৰ ধান গুলা গাজে উঠে আৰ তখন একধৰনে ঘাসে কোষ্টা আৰ ধানক তল কৰি ৰাখে। সেইজৈন্যে ধান-কোষ্টা ভুটকি বিৰাৰ সাথে সাথে পত্তম নিলানিৰ দৰকাৰ হয়। এমন কৰি পৰায় তিন/চাইৰটা নিলানি নাগে। বেসিৰ ভাগ সময়ত কামেলা নিয়া ধান-কোষ্টা নিলা হয়। কিন্তুক বহুত ক্ষেত্ৰত নিলানিৰ সময় পাৰ হয়া যাং যাং হইলে বা উপযুক্ত সময়ত নিলা কাজটা সম্পন্ন কৰিৰ নাপাইলে তখন পাইট নিয়া সেই নিলানি কাজটা শেষ কৰাৰ বাদে অন্য কোনো উপায়ে নাথাকে। তখন আগেৰ মতো কৰি হাইল্লাৰ মানষিলাক পাইট ডেকেয়া অই কামটা শেষ কৰা হয়।
ধান-কোষ্টা নিলানি কাজত পাসুন নামেৰ একধৰণেৰ অস্ত্ৰ ব্যহাৰ কৰা হয়। পাইটালগুলা সগায় যাৰ যাৰ পাসুন নিয়া কোষ্টা বা ধান নিলিৰ আইসে। সৌগ পাইটাল একসাথে পাই ধৰি নিলানি কাজটা খুব যত্নসহকাৰে শেষ কৰে। যখন পাইটালগুলা পাই ধৰি বসি ধান-কোষ্টা নিলিৰ বইসে তখন ঐ নিলানি কৃষি কাজটা একনা অন্য মৰ্যাদা পায়।
এটি খালি ধান-কোষ্টা নিলাতে পাইট নেওয়া নাহয়। ধান কাটা, উবা, মাৰামাৰা, ধান ডাঙা এগিলা কামাইতো পাইটেৰ দৰকাৰ হয়। একেমতো কৰি কোষ্টা নিলা ছাৰাও কোষ্টা কাটা, উবা, ধোওয়া এগিলা কামতো পাইট নেয় গাৰ্হস্থ্য মনষিলা।
ঘৰ-বাড়ী বান্ধা : কুনো কুনো সময়ত গেৰামেৰ কুনো একজন লোক নৌতন ঘৰ-বাড়ী বানেৰ নাগে। সাংসাৰিক ভাগাভাগিৰ কাৰণতে হৌক আৰ অন্য কোনো কাৰণতে হৌক, যুদি খুব কম সময়েৰ ভিতিৰাত ঘৰ বান্ধা দৰকাৰ হয় আৰ অই অনুসাৰে কামেলা-ঠামেলা পাওয়া নাযায়, তাহোলে উপায়হীন হয়া সগায় পাইটেৰ কথা চিন্তা কৰে। ঘৰ-বাৰীৰ কাজত পাক্কা পাক্কা (expert) মানষিলাক ডেকেয়া তখন মাৰেয়াগিলা পাইট নেয়। এমন অবস্থাত পাইটালগুলা খুব যত্নসহকাৰে সেই মানষিটাৰ ঘৰগুলা বানে দিয়া উমাক টপকৰি থাকাৰ ব্যৱস্থা কৰি দেয়।
নানানটা : পাইট খালি উপ্ৰাত নেকা কাজগুলাৰ বাদে যে নেওয়া হয়, এমন নাহয়। যেকুনো কাজেৰ ক্ষেত্ৰতে পাইট নেওয়া যায়।বাৰীৰ ঘৰ-দুয়াৰ নিকা-নিকিৰ থাকি ধৰি হাৰিবাৰীৰ খৰি-খেৰ যোগাৰ কৰাতো পাইট নেওয়া যায়। বেটিছাওয়া গুলা সংসাৰেৰ যেকুনো কাজত অন্য বেটিছাওয়াক পাইট নেয়। যেমুন, খৰিকাটা, কাপোৰ ধোওয়া এগিলা। ইলা ছাৰাও ভুঁই বাৰীৰ জল ছেকা, ইটা ডাঙা, বিচন তোলা, আলু গাৰা, কচু গাৰা, আলু-কচু তোলা ইত্যাদি ভাইল্লা কাজত পাইট নেওয়া হয়। থাউকাতে কবাৰ গেইলে, যেটেখোনা কাজ-কৰ্ম থাকে আৰ মেল্লা মানষিৰ দৰকাৰ হয়, অটিয়ে পাইট নেওয়া হয়।
তাইলে দেখা গেইল যে, পাইট বা হাউলি কৃষিকেন্দ্ৰিক একনা ব্যবস্থা। ইটা ব্যবস্থাত পাইটালগুলা নিৰ্দিষ্ট কৰি দিয়া টাইম মতে নিজাৰ নিজাৰ কাম কৰিৰ আইসে। পাইটাল গুলাৰ কাজ কৰাৰ সময়ত যেটা ঐক্য, সম্প্ৰীতি আৰ কৰ্মসংস্কৃতি লক্ষ্য কৰা যায় সেটা খুবেই দৃষ্টিনন্দন। একসাথে হালবোওয়া বা ৰোয়া গাৰা সময়ত হাসি, তামসা, ঠাট্টা, ঈয়াৰকি আৰো কত যে ৰং-তামাসা হয় সেঠা খালি পাইটালগুলা আৰ গাৰ্হস্থ্যই বুজি পায়। এগিলা হাসি-তামাসাৰ সাথে সাথে উমাৰ মাজত একধৰণেৰ কৰ্মোদ্যম দেখা যায় আৰ উমৰা সেই নিৰ্দিষ্ট কামটাক খুব সুন্দৰভাবে সমাপ্ত কৰে। ৰোয়া গাৰা বা নিলানি কাজেৰ সময়ত পাইটাল গুলা মেল্লা ধৰণেৰ গপ্প কৰে। তাৰ ভিতিৰাত কেচ্চা আৰ ধৰ্মীয় গপ্প মুখ্য ৰূপত দেখা যায়। আৰো যদি অটি কোনো একজন পাইটাল গান-বাজেনাত পাকা থাকে তাহোলে ৰাজবংশী লোকগীতে সেই পাইটেৰ কাজটাক আৰো মধুৰ কৰি তোলে। এমনে কৰি গপ্প, কেচ্চা, ধৰ্মীয় গীত, লোকগীত, তামসা জাতীয় কথা ইত্যাদি জিনিস গুলানে অই পাইটক একনা অন্য মাত্ৰা প্ৰদান কৰে।
টোকানি কাথা :
সগাৰে শেষোত কওয়া যায় যে, পাইট সম্পূর্ণৰূপে একনা কৰ্মব্যবস্থা। কৃষি বা ঘৰুয়া কমেৰ সাথোতে পাইটেৰ সম্পক্ক। পাইট এমনে একনা সামাজিক আৰ অৰ্থনৈতিক ব্যৱস্থা যাক দিয়া সমাজেৰ মানষিলাৰ মাজত তো ঐক্য-সম্প্ৰীতি প্ৰতিষ্ঠিত হয়েই, সাথোতে হাইল্লাৰ বা গেৰামেৰ মানষিলা যাতে ভবিষ্যতে কুনো ধৰণেৰ আৰ্থিক সমস্যাত বা খাদ্য সংকটত নাভোগে তাৰ বাদে পাইট একনা মজবুত ব্যবস্থা হিসাবে স্বীকৃত হইছে। পাইটেৰ মধ্য দিয়া ৰাজবংশী মানষিলাৰ মাজোত এক ধৰণেৰ কৰ্মসংস্কৃতিও ফুটি উঠে। সগায় সগাৰে কাজত সহায় কৰা এইটাই ভাৰতীয় ধৰ্ম আৰ সংস্কৃতিৰ মূল কথা।
কিন্তুক দুখ্যেৰ কাথা হইল, আজি বিশ্বায়ান আৰ যন্ত্ৰেৰ যুগত কৃষিজীবী মানষিলাৰ জীবন আৰ কৰ্মও বিশ্বায়িত হৈছে। ৰামো নাই, অযোধ্যাও নাই। সগায় এলা মেসিন দিয়া সউগ ধৰণেৰ কৃষিকাজ কৰে আৰ সেইজৈন্যে পাইট ব্যবস্থাও দিনে দিনে ৰাজবংশী সমাজ থাকি হাৰে যাবাৰ নাইগছে। তাও কওয়া যায়, আজিও গেৰামে গেৰামে পাইটেৰ ব্যবস্থা ৰাজবংশী সমাজত বত্তি আছে। আগেৰ মতো কৰি বাড়ী বাড়ী পাইট নেওয়া না হইলেও ৰাজবংশী সমাজোত এলাও পাইট নেওয়া দেখা যায়। পাইট সম্পক্কে সঠিক গবেষণা আৰো ঘোঙটা-ঘুঙটি হইলেসে ইটাৰ আসোল প্ৰকৃতি আৰো গুৰুত্ব বিৰি আসিবে।
বিঃদ্ৰঃ উজান নামেৰ অনলাইন পত্ৰিকাত বাইৰ হৈছে।

Sunday, September 16, 2018
ৰাজবংশী লোকপুৰাণ : ঘেচুলেৰ ৰাজা হওয়া কাহিনী
গোটাইয়া : হেমন্ত কুমাৰ ৰায়
তেপুৰাণি দিনেৰ কথা। সৌগঠেই আৰ সৌগ দ্যাশতে একঝন কৰি ৰাজা থাকে আৰ দ্যাশ শাসন কৰে, পৰজাপালিক পালন কৰে। তাকে দেখি জঙ্গলেৰ পখিগুলা কয়---"আমাৰো তো মেল্লা জাগা আছে; বোন, ঝাৰ, জঙ্গল, পাহাৰ আছে; ভাইল্লা পখি-পয়াল আছে। আমাৰ ৰাজ্য আছে ঠিকেই, ৰাজা তো নাই। তাইলে কি আমৰা ৰাজা ছাৰায় থাকিমো? দ্যাশ-বইদ্যাশেৰ পখি-পয়াল কি ৰাজা ছাৰায় ৰৈবে? আমাকো একঝন ৰাজা নাগিবেকে।" এই পৈতানে সৌগ পখি-পয়াল একদিন গোটো হয়া বৈঠক বসাইল। বৈঠকোত ফয়চালা হৈল উমাকো একঝন ৰাজা নাগিবে। এই তানে সগায় যায়া ধৰ্মৰাজেৰ ওটি হাজিৰ হৈল। ধৰ্মৰাজ উমাৰ আবদাৰ শুনি কৈল--- "ঠিক আছে। তাইলে ৰাজা একঝন বানাই। কিন্তুক ৰাজা এলা ফিৰ কাক বানাই?" সগায় চিন্তাত পৰিল। পখি তো উমৰা মেল্লা। সগাৰে ফিৰ ৰাজা হবাৰ মন।
ৰাজা বানাৰ বাদে ধৰ্মৰাজ একদিন সগাকে পাহাৰেৰ গাবাৰোত গোটো হবাৰ কৈল। সগায় কথামতে আসিল। ধৰ্মৰাজ সগাকে কৈল---"আজি তোমাৰ ৰাজা ঠিক হৈবে।" আৰ এপাকে এক গাবাৰোত এক তচোলা তেল জ্বাল হবাৰ নাইগছে, থকবকেৰ নাইগছে। পখিগুলা সগায় গছেৰ ঠাইলে-ঠুইলে বসি আছে। গাস্যেক পখি। বগা, কাউয়া, সাৰো, চিলা, ঘেচুল, বাওয়ৈ, ময়না, টিয়া, বুলবুলি, হাৰগিলা, শগুণ আৰো মেল্লা নকণ পখি। উমাৰ মৈদ্যত থাকি শগুণ কয়---"মুই ৰাজা হৈম।" হাৰগিলাও কয়---"মুই হৈম।" আৰো নানান ঠাকাৰ, দ্যাশ-বইদ্যাশেৰ পখিগুলা কয়--- "মুই হৈম।"
তখন ধৰ্মৰাজ কৈল--- "ওমুন নোঞায়। হবাৰ চাইলে খালি চলিৰ নয়। হৈবে তো একঝন। যাৰ সগাৰে চাইতে শক্তি, বুদ্ধি আৰ সাহস বেশি উঞায় হৈবে।"
হাৰগিলা কয়--"মোৰ দেহাত তো আৰ কম জোৰ নোমায়!" শগুণ কয়---"মুই কিতা কম?" ইদি ফিৰ মেল্লা পখি নিজাৰ শৰীলেৰ বল-শক্তিৰ কাথা ব্যাকেৰ ব্যাকেৰ কৰিৰ নাইগছে। উমৰাও কয়---"আমৰা তা কিসোত কম?"
পখিগুলাৰ নিয়াই দেখি শ্যালা ধৰ্মৰাজে কয়---"ঠিক আছে। কাৰ কতো বুদ্ধি আৰ বল-শক্তি আছে তাৰ একেনা পৰমাণ দেওয়া খাইবে। ঝায় আগোত এই গৰোম তেলেৰ তচোলাত ডুবি উঠি আসিৰ পাইবেন তায় হৈবেন ৰাজা।"
শগুণ মনে মনে ধেন্দেলায় এলা ফিৰ গৰোম তেলোত কেংকৰি ডুবোং। একবাৰ আগায় তা সাতবাৰ পাছায়। হাৰগিলা খানেক সাহস কৰি কয়---"মৰণ হৈবে তা হৈবে; তাও ডুবিম। কি হয় হৌক।" কিন্তুক তচোলাৰ বগল যায় আৰ ফিৰি আইসে আৰ মনে মনে খালি ঈসফিস কৰে। আৰো কেছু পখি যায় আৰ তচোলাৰ তেল দেখি মুখ ব্যাদেৰে ফিৰি আইসে।
কিন্তুক বাচ্চানি বাচ্চানি পখিগুলাৰ মৈদ্যত ঘেচুল খিব চাল্লাক। উঞায় কয়---"দ্যাশেৰ জোনে, মোৰ জাতীৰ জোনে, পখি-পয়ালেৰ জনো যুদি মৰণ হয় তা হৈবে।" উঞায় গছেৰ আগাল থাকি পখিগুলাৰ দশা দ্যাখে আৰ ধৰ্মৰাজেৰ উপুৰা ভস্যা কৰি ছুঁই দিয়া আসিয়া তেলোত এক টালান দিয়া ভুৎচুৎ কৰি উঠিল। সাথে সাথে ধৰ্মৰাজে শিঙা ফোকাইল আৰ ঘোষণা কৰিল---"আজি থাকি ঘেচুল হৈলেক পখিৰ ৰাজা।"
নাগাল :
নমিতা বালা ৰায় (70), কৈমাৰী, ধুবুৰী, অসম।

Subscribe to:
Posts (Atom)