Sunday, February 10, 2019

নাইয়ৰী : একেনা অনুষ্ঠানকেন্দ্ৰিক কৰ্মব্যবস্থা

     হেমন্ত কুমাৰ ৰায়

     অনুষ্ঠান বাড়ীৰ একেনা গুৰুত্বপূৰ্ণ নাৰীকেন্দ্ৰিক কৰ্মপদ্ধতি হইল নাইয়ৰী। নাইয়ৰী বুলি কৈলে আসোলতে বিয়াও, অন্নপ্ৰাশনেৰ মতন অনুষ্ঠানত কামাই কৰিৰ বাদে আইসা সগাই-সোদৰ, যেমন-- বউ-ঝিউ, চেংৰী-বেংৰী, আই-মাও গুলানকে বুঝায়। নাইয়ৰীলা অনুষ্ঠানেৰ মেলা দিন আগত থাকি আসিৰ ধৰে। কাও কাও বিয়াও বাড়ী এক মাস আগতে আইসে। সেইবাদে গেৰামেৰ মানষিলাৰ মুখত মাজে মাজে শুনা যায়-- 'উমাৰ বিয়াৰ বাড়ী নাইয়ৰী-পৰঘৰী দিয়া ঝুমঝুমা হৈছে'। অনুষ্ঠানেৰ সৌগ নকণ কামাই সমায়েৰ আগতে গোচে নেওয়াই ইমাৰ মূল উদ্দেশ্য। বিয়া, অন্নপ্ৰাশন বা কাম-কিৰিয়াৰ দৰকাৰী জিনিস, যেমন-- কাপোৰ-চোপোৰ ধোয়া, চিড়া-মুড়ি ভাজা, ধান ভুকা, চাউল ঝাৰা, মসলা-ঠসলা গুড়া কৰা, ঘৰ-বাড়ী নিকা-মোচা কৰাৰ থাকি ধৰি অনুষ্ঠান বাড়ীৰ সৌগ জিনিস-পত্ৰ গোচা-গুচি কৰি ৰাখাত নাইয়ৰীৰ ভূমিকা খিব গুৰুত্বপূৰ্ণ। তাৰ ছাৰাও, অনুষ্ঠানেৰ দিনটাত ঘৰুয়া কাজেৰ সৌগ দায়িত্ব থাকে ইমাৰে হাতত। বিয়াৰ মতন অনুষ্ঠানত কামাইৰ চাপ পৰিলে ইমাৰ উপস্থিতি ভালকৰি বুঝা যায়। তখন কথায় কথায় কওয়া শুনা যায়--"নাইয়ৰীগুলা কোটে গেইলেন হে", "নাইয়ৰীগুলা এত্তি আইসো তো", নাইয়ৰীলা অল্প জোগাৰ দেও তো" ইত্যাদি।
     নাইয়ৰীৰ মৈধ্য দিয়া ৰাজবংশী সংস্কৃতিৰ মেলা দিশ ফুটি বিৰায়। ইমৰা অনুষ্ঠান বাড়ী আসিৰ সম পৰায় সগায় আনিবে একঘটি কৰি দই বা দুধ। অনুষ্ঠান বাড়ীত দই-দুধ নিয়া যাওয়াটা ৰাজবংশী মানষিলাৰ একেনা তেপুৰাণি সংস্কৃতি। নাইয়ৰী চেংৰী-বেংৰী, বউ-ঝিউ, আই-মাওগুলা বিয়া বাড়ীত নানানটা কামাই কৰে; কাও বৈৰাতীৰ দায়িত্ব নেয়, কাও নয়া বৰোক বৰিয়া নেয়, নয়া কইনাক বৰিয়া নেয়, কাও বিয়াৰ গান টানে; এমনে কৰি বৰেৰ বাড়ী আগেড়া খাবাৰ যাওয়া অবদি নাইয়ৰীৰ একটা বৰো ভূমিকা থাকে। মুটেৰ উপুৰা, অনুষ্ঠান বাড়ীত কাজ-কৰ্ম থাকি ধৰি মেলা সাংস্কৃতিক দায়িত্ব নাইয়ৰীলা পালন কৰে।
      অনুষ্ঠানটা পাৰ কৰি দিয়া যখন নাইয়ৰীলা বাড়ী বুলি ঘাটা ধৰে তখন মনটা সগাৰে ভাৰাক্ৰান্ত হয়া পৰে। কাও কাও যাবাৰ সম হুকহুকি কান্দে, মাড়েয়ানী বা বাড়ীৰ মানষিলাৰ মনো কান্দি উঠে। অস-পৰসি সগাৰে চৌক টলমলা হয়া উঠে। কেনেনা, এই কয়দিন হাসি-খিলি কৰি, ঠাট্টা-মস্কৰা কৰি যে অনুষ্ঠান উপভোগ কৈৰছিল তাৰ যতি পৰে। নাইয়ৰীলাৰ বিদায়েৰ ঐ মূহুৰ্তটা সাচাই খিব মনে ৰাখাৰ মতন। আত্মীত্বৰ এক মধুৰ সম্পক্ক এটি ভালকৰি নজৰ কৰিৰ পাই।
        

No comments:

Post a Comment