Sunday, September 16, 2018

ৰাজবংশী লোকপুৰাণ : ঘেচুলেৰ ৰাজা হওয়া কাহিনী

                  গোটাইয়া :  হেমন্ত কুমাৰ ৰায়

       তেপুৰাণি দিনেৰ কথা। সৌগঠেই আৰ সৌগ দ্যাশতে একঝন কৰি ৰাজা থাকে আৰ দ্যাশ শাসন কৰে, পৰজাপালিক পালন কৰে। তাকে দেখি জঙ্গলেৰ পখিগুলা কয়---"আমাৰো তো মেল্লা জাগা আছে; বোন, ঝাৰ, জঙ্গল, পাহাৰ আছে; ভাইল্লা পখি-পয়াল আছে। আমাৰ ৰাজ্য আছে ঠিকেই, ৰাজা তো নাই। তাইলে কি আমৰা ৰাজা ছাৰায় থাকিমো? দ্যাশ-বইদ্যাশেৰ পখি-পয়াল কি ৰাজা ছাৰায় ৰৈবে? আমাকো একঝন ৰাজা নাগিবেকে।" এই পৈতানে সৌগ পখি-পয়াল একদিন গোটো হয়া বৈঠক বসাইল। বৈঠকোত ফয়চালা হৈল উমাকো একঝন ৰাজা নাগিবে। এই তানে সগায় যায়া ধৰ্মৰাজেৰ ওটি হাজিৰ হৈল। ধৰ্মৰাজ উমাৰ আবদাৰ শুনি কৈল--- "ঠিক আছে। তাইলে ৰাজা একঝন বানাই। কিন্তুক ৰাজা এলা ফিৰ কাক বানাই?" সগায় চিন্তাত পৰিল। পখি তো উমৰা মেল্লা। সগাৰে ফিৰ ৰাজা হবাৰ মন।
         ৰাজা বানাৰ বাদে ধৰ্মৰাজ একদিন সগাকে পাহাৰেৰ গাবাৰোত গোটো হবাৰ কৈল। সগায় কথামতে আসিল। ধৰ্মৰাজ সগাকে কৈল---"আজি তোমাৰ ৰাজা ঠিক হৈবে।" আৰ এপাকে এক গাবাৰোত এক তচোলা তেল জ্বাল হবাৰ নাইগছে, থকবকেৰ নাইগছে। পখিগুলা সগায় গছেৰ ঠাইলে-ঠুইলে বসি আছে। গাস্যেক পখি। বগা, কাউয়া, সাৰো, চিলা, ঘেচুল, বাওয়ৈ, ময়না, টিয়া, বুলবুলি, হাৰগিলা, শগুণ আৰো মেল্লা নকণ পখি। উমাৰ মৈদ্যত থাকি শগুণ কয়---"মুই ৰাজা হৈম।" হাৰগিলাও কয়---"মুই হৈম।" আৰো নানান ঠাকাৰ, দ্যাশ-বইদ্যাশেৰ পখিগুলা কয়--- "মুই হৈম।"
     তখন ধৰ্মৰাজ কৈল--- "ওমুন নোঞায়। হবাৰ চাইলে খালি চলিৰ নয়। হৈবে তো একঝন। যাৰ সগাৰে চাইতে শক্তি, বুদ্ধি আৰ সাহস বেশি উঞায় হৈবে।"
      হাৰগিলা কয়--"মোৰ  দেহাত  তো আৰ কম জোৰ নোমায়!" শগুণ কয়---"মুই কিতা কম?" ইদি ফিৰ মেল্লা পখি নিজাৰ শৰীলেৰ বল-শক্তিৰ কাথা ব্যাকেৰ ব্যাকেৰ কৰিৰ নাইগছে। উমৰাও কয়---"আমৰা তা কিসোত কম?"
      পখিগুলাৰ নিয়াই দেখি শ্যালা ধৰ্মৰাজে কয়---"ঠিক আছে। কাৰ কতো বুদ্ধি আৰ বল-শক্তি আছে তাৰ একেনা পৰমাণ দেওয়া খাইবে। ঝায় আগোত এই গৰোম তেলেৰ তচোলাত ডুবি উঠি আসিৰ পাইবেন তায় হৈবেন ৰাজা।"
      শগুণ মনে মনে ধেন্দেলায় এলা ফিৰ গৰোম তেলোত কেংকৰি ডুবোং। একবাৰ আগায় তা সাতবাৰ পাছায়। হাৰগিলা খানেক সাহস কৰি কয়---"মৰণ হৈবে তা হৈবে; তাও ডুবিম। কি হয় হৌক।" কিন্তুক তচোলাৰ বগল যায় আৰ ফিৰি আইসে আৰ মনে মনে খালি ঈসফিস কৰে। আৰো কেছু পখি যায় আৰ তচোলাৰ তেল দেখি মুখ ব্যাদেৰে ফিৰি আইসে।
       কিন্তুক বাচ্চানি বাচ্চানি পখিগুলাৰ মৈদ্যত ঘেচুল খিব চাল্লাক। উঞায় কয়---"দ্যাশেৰ জোনে, মোৰ জাতীৰ জোনে, পখি-পয়ালেৰ জনো যুদি মৰণ হয় তা হৈবে।" উঞায় গছেৰ আগাল থাকি পখিগুলাৰ দশা দ্যাখে আৰ ধৰ্মৰাজেৰ উপুৰা ভস্যা কৰি ছুঁই দিয়া আসিয়া তেলোত এক টালান দিয়া ভুৎচুৎ কৰি উঠিল। সাথে সাথে ধৰ্মৰাজে শিঙা ফোকাইল আৰ ঘোষণা কৰিল---"আজি থাকি ঘেচুল হৈলেক পখিৰ ৰাজা।"

নাগাল :

নমিতা বালা ৰায় (70), কৈমাৰী, ধুবুৰী, অসম।
ফটো : ইন্টাৰনেট থাকি নেওয়া, কড়াল 23-09-2018

2 comments: