Saturday, September 22, 2018

ৰাজবংশী লোকপুৰাণ : সাপেৰ এক চৌক কানা আৰো কাণ ছেড়া

                  গোটাইয়া : হেমন্ত কুমাৰ ৰায়

        মা মনষা ঝখন সাপেৰ কুলক বিষ দিয়া ভুবনত ছাড়ি দেয়, তখন সাপলা কামৰে কামৰে ভাইল্লা মানষিক মাৰি ফ্যালাৰ নাগিল। মানষিলা ভয়তে হুকা হৈল। সাপেৰ আপসাৰি থাকি কেংকৰি নিস্তাৰ পাওয়া যায় ভাবিৰ নাগিল। তখন মানষিলা উপায় নাপেয়া দেবেৰ দেব মহাদেবেৰ ওটি শৰণাপন্ন হৈল আৰ সাপেৰ অপসাৰিৰ কথা জানাইল। মহাদেব মানব জাতিৰ দুষ্ক্য বুঝি মানুষকুলেৰ ৰক্ষাৰ বাদে সাপেৰ এক চৌক কানা কৰি দিলেক আৰ একটা কাণ ছিড়ি নিলেক, যাতে সাপে মানষিৰ কুনো শব্দ শুনিৰ নাপায় আৰ যাতে পিথিবিৰ খালি একপাকে দেখিৰ পায়। শ্যালা থাকি সাপেৰ এক চৌক কাণা হৈল আৰ সাপেৰ আপসাৰিও কমিল।

খেও : ডঃ মাযহাৰুল ইছলাম তৰু, বাংলাদেশেৰ আদিবাসী সংস্কৃতি।
ফটো : ইন্টাৰনেট থাকি নেওয়া, কড়াল 23-09-2018



3 comments: