হেমন্ত কুমাৰ ৰায়
গাঁৱৰ পৰিবেশ বিনষ্ট কৰাৰ কাৰণে ৰাইজমেলত বেমেলা বৰ্মণক গাঁওখনৰ পৰা খেদি পঠোৱাৰ সিদ্ধান্ত লোৱা হয়। বিচাৰকৰ যুক্তি হল : "যদি বেমেলা বৰ্মণ গাঁৱত থাকে, তেন্তে গাঁৱৰ যুবকসকলৰ জীৱন ধ্বংস হ'ব আৰু যুবতী সকলেও তাইক অনুসৰণ কৰি বেশ্যাবৃত্তিত নামি পৰিব।"
বেমেলা বৰ্মণেও আত্মপক্ষ সমৰ্থনত কয় : "যেতিয়ালৈকৈ গাঁৱত চুল্টু মাষ্টৰ, শিবেন বুঢ়া, অনন্ত হাজৰিকাৰ দৰে অসভ্য মানুহ থাকিব তেতিয়ালৈকে হেজাৰটা বেমালাৰ জন্ম হৈয়ে থাকিব।"
বিচাৰক মণ্ডলীৰ সিদ্ধান্ত ব্ৰহ্মাৰ বাক্যৰ দৰে অলৰ-অটল। কাৰণ বেমেলা বৰ্মণৰ চালচলনত গাঁৱৰ মানুহবোৰ খুব লজ্জিত।

No comments:
Post a Comment